এইবাৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল আৰক্ষী বিষয়া। উৎকোচ লোৱা অৱস্থাতে হাতে–লোটে ধৰা পৰিল উত্তৰ লখিমপুৰৰ চিলনীবাৰী আউট পোষ্টৰ ASI ডম্বৰুধৰ দত্ত। ডম্বৰুধৰ দত্ত কিছু দিনৰ বাবে চিলনীবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ দায়িত্বত আছিল। অপৰাধীক ৰেহাই দিয়াৰ বিনিময়ত উৎকোচ লোৱাৰ অভিযোগ আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে।
Tags:
National