ছচিয়েল মিডিয়া আৰু ভাইৰেল ভিডিঅ'। এই দুয়োটাই যেন সমগ্ৰ বিশ্বতে বিদ্যামান। প্ৰতিদিনে হাজাৰ হাজাৰ ভিডিঅ' ছচিয়েল মিডিয়াত দেখা যায়। যিটো মুহূৰ্ততে ভাইৰেল হৈ পৰে। অৱশ্যে, শেহতীয়াকৈ এগৰাকী মডেলৰ ভিডিঅ'ক লৈ ব্যাপক চৰ্চা হৈছে ছচিয়েল মিডিয়াত। যিকোনো ভাইৰেল ভিডিওটো পিছ পেলাব এইগৰাকী মডেলে।
জাৰ্মান মডেল আগষ্টিন। তেওঁ এগৰাকী টিকটক ষ্টাৰ। তেওঁৰ প্ৰতিটো ভিডিঅ'ই লাখ লাখ লাইক লাভ কৰা দেখা যায়। আগষ্টিনে বহুতো ধেমেলীয়া ভিডিঅ'ও শ্বেয়াৰ কৰে ছচিয়েল মিডিয়া। ইনষ্টাগ্ৰামত আছে তেওঁৰ লাখ লাখ ফলোৱাৰ্ছ।
আগষ্টিমে নিজৰ ঘৰত ঘোঁৰা পোহে। ঘোঁৰা জাৰ্মানীৰ বহু মানুহে নিজৰ ঘৰত ৰাখিবলৈ পছন্দ কৰে। গতিকে এই ঘোঁৰাৰ সৈতে ৰীল ভিডিও বনাবলৈ গৈ অঘটনৰ সন্মুখীন হ'ল আগষ্টিন।
ভিডিঅ'টোত আগষ্টিনে নিজৰ মৰমৰ ঘোঁৰাটোক মৰম কৰিছে। ভিডিঅ'টোত কোৱা হৈছে, "আপোনাৰ ঘোঁৰাটোক চুমা খাওক আৰু চাওক তেতিয়া কি হয়?" আগষ্টিনে ঘোঁৰাটোৰ ওঁঠত ওঁঠ লগাই দিছিল। ঘোঁৰাটোৱে লগে লগে আগষ্টিনে পিন্ধি থকা পোছাকৰ চেইন খুলি দিয়ে। পিছত আগষ্টিনৰ ঘোঁৰাটোৰ সমুখৰ পৰা টানি আনি ৰক্ষা কৰে। ওপৰৰ চেইনটো খুলি লেতেৰা কৰিলে।

ভিডিঅ'টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ লগে লগে ভাইৰেল হৈ পৰিছিল। ২ মিলিয়নতকৈও অধিক লোকে এই ভিডিঅ'টো চাইছে।
https://www.instagram.com/reel/CZ4lue2KzCk/?utm_medium=copy_link
Tags:
International