তোমাক চুই দিম! বিয়াৰ পিছত স্বামীক এনেদৰে নিজৰ যাদু দেখুৱাই চমক দিলে নতুন পত্নীয়ে

 


আজিকালি বিবাহৰ ভিডিঅ' ছচিয়েল মিডিয়াত অত্যন্ত জনপ্ৰিয়। মানুহে বিবাহৰ ৰীতি-নীতিৰ পৰা বিবাহৰ ভাইৰেল ভিডিঅ'লৈকে বিভিন্ন ধৰণৰ আমোদজনক খণ্ড ছচিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰে। নেটিজেনসকলেও সুন্দৰ মুহূৰ্তবোৰ উপভোগ কৰে।

শেহতীয়াকৈ ছচিয়েল মিডিয়াত এগৰাকী কইনাৰ ভিডিঅ' চৰ্চালৈ আহিছে। এই ভিডিঅ'টো ভাইৰেল হৈ আছে ছচিয়েল মিডিয়াত। শহুৰৰ ঘৰৰলোকে কইনাক বিয়াৰ নিশা ডাঙৰ চাৰপ্ৰাইজ দিছিল। আৰু তেতিয়াই কইনাৰ মুখত হাঁহি জিলিকি উঠিছিল।

এই ভিডিঅ'টো ট্ৰেণ্ডিং ৱেডিং কাপলৰ পৰা শ্বেয়াৰ কৰা হৈছে। কইনা আৰু দৰাৰ বিয়া আৰু সুন্দৰ মুহূৰ্তৰ সৈতে সম্পৰ্কিত এনে ভিডিঅ'বোৰ প্ৰায়ে এই ইনষ্টাগ্ৰাম পেজত শ্বেয়াৰ কৰা হয়। ভিডিঅ'টোত, এগৰাকী কইনাক বিয়াৰ পিছত খোজকাঢ়ি দৰাৰ কোঠাত প্ৰৱেশ কৰা দেখা গৈছে। আৰু তাতেই শহুৰেকে কইনাগৰাকীক এক আশ্চৰ্যকৰ উপহাৰ দিছিল। উপহাৰটো দেখি কইনাৰ মুখখন লাজত ৰঙা হৈ পৰিল।

ফুলসজ্জাৰ নিশা কইনা আৰু দৰাৰ কোঠা ফুলেৰে সজোৱা হয়। কিন্তু ফুলৰ উপৰিও কোঠাটোত আছিল আন বহু আকৰ্ষণীয় সামগ্ৰী। ভিডিঅ'টোত, কইনাগৰাকীয়ে তেওঁৰ কোঠাত প্ৰৱেশ কৰাৰ সময়ত অতি সুখী অনুভৱ কৰা দেখা গৈছে। কইনা প্ৰথমবাৰৰ বাবে শোৱনি কোঠাত প্ৰৱেশ কৰাৰ লগে লগে আচৰিত হৈ পৰে। তেওঁৰ গোটেই কোঠাটো হালধীয়া, কমলা আৰু সোণালী থীম বেলুনেৰে সজোৱা হৈছিল। ইমান ধুনীয়াকৈ সজোৱা কোঠাটো দেখি কইনাগৰাকী নিজে আচৰিত হৈ পৰে।

https://www.instagram.com/p/CQGbqsyFSrl/?utm_medium=copy_link

Post a Comment

Previous Post Next Post