গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি। বিয়লি ৩.৪২ বজাত অনুভূত হয় ভূঁইকঁপৰ জোকাৰণি। অভিকেন্দ্ৰত ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.৬। ভূমিকম্পৰ অভিকেন্দ্ৰ মিজোৰামৰ চামফাইৰ পৰা ৫৭ কিলেমিটাৰ দক্ষিণ–পূবত ভাৰত–ম্যানমাৰ সীমান্ত। এতিয়ালৈ কোনো স্থানৰ পৰা ক্ষয়–ক্ষতিৰ খবৰ অহা নাই।
Tags:
National