পেট্ৰ'লৰ দাম আজি মাজনিশাৰ পৰা ৮টকা হ্ৰাস পাব, ক'ত কমিব দাম ?


 

Petrol Price Today: প্ৰতি লিটাৰ প্ৰেট্ৰ’লত হ্ৰাস পাব ৮ টকাকৈ। পূৰ্বৰ ৩০ শতাংশৰ সলনি পেট্ৰ’লৰ ওপৰত প্ৰযোজ্য হ’ব ১৯.৪০ শতাংশ ভেট। ইয়াৰ ফলত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮ টকাকৈ কমিব।


বুধবাৰৰ মাজনিশাৰ পৰা প্ৰযোজ্য হ’ব পেট্ৰ’লৰ নতুন নিৰিখ। পেট্ৰ’লৰ প্ৰতি লিটাৰ মূল্য ৯৫.৯৭ টকা হ’ব। দেশৰ ৰাজধানী নতুন দিল্লীত পেট্ৰ’লত আৰোপিত ভেট হ্ৰাস কৰাৰ সিদ্ধান্ত লৈছে । ইয়াৰ ফলত দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ৮ টকাকৈ হ্ৰাস পাব। বৰ্তমান ৰাজধানী চহৰখনত পেট্ৰ’লৰ প্ৰতি লিটাৰৰ মূল্য ১০৩.৯৭ টকা।

Post a Comment

Previous Post Next Post