- Covid-19ৰ Made-In-India ভেকচিন Covaxinক অৱশেষত স্বীকৃতি প্ৰদান কৰিলে বিশ্ব স্বাস্থ্য সন্থাই।
- WHOই Covaxinৰ জৰুৰীকালীন ব্যৱহাৰৰ তালিকাত অন্তৰ্ভুক্ত কৰিলে Covaxinক।
- Technical Advisory Teamৰ সেউজ সংকটৰ পিছতে WHOই স্বীকৃতি প্ৰদান কৰিলে ভাৰতৰ এই ভেকচিনটোক।
- ICMR আৰু Bharat Biotechএ মিলি প্ৰস্তুত কৰিছিল এক প্রতিষেধক।
- Covaxinএ উপসৰ্গ থকা Covid-19ৰ বিৰুদ্ধে ৭৭.৮শতাংশ পাৰদৰ্শিতা প্ৰদর্শন কৰিছিল।
- Delta Variant প্ৰতিৰোধ কৰাত এই ভেচকিনৰ কার্যক্ষমতা ৬৫.২শতাংশ।
- WHOই অনুমোদন প্ৰদান কৰা ৬টা প্রতিষেধকৰ তালিকাত অন্তৰ্ভুক্ত হ’ল দেশত নিৰ্মিত Covaxin।