- ৰাজ্য চৰকাৰৰ কৃতী শিক্ষক বঁটা ঘোষণা
- ২০২৬ বৰ্ষৰ বাবে কৃতী শিক্ষকৰ বঁটা লাভ ১৫গৰাকী শিক্ষকৰ
- ৫ ছেপ্টেম্বৰত গুৱাহাটীত হ’ব বঁটা প্রদান অনুষ্ঠান
- বঁটাপ্রাপক কৃতী শিক্ষকসকল- যোৰহাটৰ শ্যামলীমা বৰা
- কামৰূপ মহানগৰৰ বিজন ৰয় ভৌমিক, নলবাৰীৰ মানৱ ভৰালী
- ডিব্রুগড়ৰ ৰিজু কুমাৰ চুতীয়া, শোণিতপুৰৰ প্রবীণ কোচ
- বৰপেটাৰ ৰনেন্দ্র কুমাৰ দাস, ধুবুৰীৰ আজিজুৰ ৰহমান, নগাঁৱৰ মাণিক চন্দ্র নাথ
- কোকৰাঝাৰৰ বিবি প্রসাদ ব্রহ্ম, গোলাঘাটৰ পুলস্কা ৰাজখোৱা
- হোজাইৰ সাৰংগ নিৰ্মলীয়া, ডিব্রুগড়ৰ দিতি মণি দত্ত
- দৰঙৰ বেফুলা ডেকা শইকীয়া, কাছাৰৰ স্বত্বায়ান দেৱ, কাৰ্বি আংলঙৰ কামছিং হানসে
- শ্রীশ্রী দামোদৰদেৱ আন্তঃৰাষ্ট্রীয় প্রেক্ষাগৃহত অনুষ্ঠিত হ’ব বঁটা প্রদান অনুষ্ঠান
