৬ আগষ্টৰ পৰা নিৰুদ্দিষ্ট নাবালিকাক মহাৰাষ্ট্ৰৰ নাগপুৰৰ পৰা উদ্ধাৰ

 


  • বঙাইগাঁও আৰক্ষীৰ সফল অভিযান
  • ৬ আগষ্টৰ পৰা নিৰুদ্দিষ্ট নাবালিকাক মহাৰাষ্ট্রৰ নাগপুৰৰ পৰা উদ্ধাৰ
  • নাগপুৰৰ মহাদেৱ প্রকাশ নামৰ যুৱকজনে চিৰাঙৰ পৰা নিছিল নাবালিকাগৰাকীক
  • চিৰাং জিলাৰ পৰা বাইকেৰে নাগপুৰলৈ লৈ যোৱাৰ কথা প্রকাশ আৰক্ষী অধীক্ষকৰ
  • নাবালিকাগৰাকীক উদ্ধাৰৰ লগতে অভিযুক্ত মহাদেৱ প্রকাশ আটক কৰি লৈ আহে বঙাইগাঁৱলৈ
  • ইতিমধ্যে ৩ দিনৰ আৰক্ষীৰ জিম্মাত লৈছে মহাদেৱক

Post a Comment

Previous Post Next Post