- ধুবুৰীত অব্যাহত আছে তীৰ খেলৰ ৰমৰমীয়া বেহা।
- চকু মুদা কুলিৰ ভাৱত ধুবুৰী আৰক্ষী।
- তীৰ খেলৰ ফলত ধুবুৰীৰ একাংশ নৱপ্ৰজন্ম তথা দৰিদ্ৰ লোকৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ অভিযোগ সচেতন লোকৰ।
- তীৰ মাফিয়াক নাকি লগাবলৈ আৰক্ষীয়ে কিয় সাহস নকৰে বুলি সচেতন মহলৰ প্ৰশ্ন।
- ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলৰ লগতে মাজেৰচৰ চলাকুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত আনন্দ বজাৰত দীৰ্ঘদিন ধৰি চলিছে মুকলিকৈ তীৰ খেলৰ ৰমৰমীয়া বেহা।
- চহৰখনৰ কাষৰীয়া চৰ অঞ্চলত তীৰ খেলৰ ঘাটি হিচাপে পৰিগণিত হোৱাত সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
