গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ অংকন মাৰ্শ্বেল বৰুৱাৰ

 


  • গুৱাহাটীৰ গণেশগুৰিত জুবিন গাৰ্গৰ প্ৰতিচ্ছবি পুনৰ অংকন মাৰ্শ্বেল বুৰৱাৰ
  • বিয়লি ৪ বজাত গণেশগুৰিত উপস্থিত হয় চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা
  • প্ৰশাসনে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৩ জুলাই, ২০২৬ৰ পাছত অংকন কৰিবলৈ নিৰ্দেশ দিয়ে
  • ৩ জুলাইৰ পূৰ্বে প্ৰতিচ্ছবি অংকনত নিষেধাজ্ঞা আৰোপ কৰিছে প্ৰশাসনে
  • জুবিন অনুৰাগী আৰু উপস্থিত ৰাইজৰ সৈতে আলোচনা কৰে মাৰ্শ্বেল বৰুৱাই
  • তাৰপাছত ৰাইজৰ সঁহাৰি বিচাৰে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই
  • ৰাইজৰ সঁহাৰি লাভ কৰাৰ পাছতে হাতত ৰং-তুলিকা তুলি লয় মাৰ্শ্বেল বৰুৱাই
  • জুবিন গাৰ্গৰ প্ৰতিচ্ছবি অংকন আৰম্ভ কৰিছে চিত্ৰশিল্পীগৰাকীয়ে
  • পূৰ্বতে অংকন কৰা প্ৰাণৰ শিল্পীগৰাকীৰ ছবিখন মচি দিয়া হৈছিল
  • কোনে এই প্ৰতিচ্ছবিখন মচি দিছিল সেই সন্দৰ্ভত বৰ্তমানলৈ জানিব পৰা হোৱা নাই

Post a Comment

Previous Post Next Post