ভাৰতীয় জনতা যুৱ মৰ্চা, অসমৰ নতুন সভাপতি নিযুক্তি


 

ভাৰতীয় জনতা যুৱ মৰ্চা, অসমৰ নতুন সভাপতি নিযুক্তি। ৰাকেশ দাস হ’ব ভাৰতীয় জনতা যুৱ মৰ্চা, অসমৰ নতুন সভাপতি। প্ৰেছ বিজ্ঞপ্তি যোগে নতুন সভাপতি নিযুক্ত কথা প্ৰকাশ অসম প্ৰদশ BJPৰ সভাপতি ভৱেশ কলিতাৰ।সিদ্ধাংকু অংকুৰ বৰুৱাৰ ঠাইত সভাপতিৰ ৰূপে দায়িত্ব প্ৰদান ৰাকেশ দাসক।

Post a Comment

Previous Post Next Post