APSCৰ ২০২২ বৰ্ষৰ চূড়ান্ত ফলাফল ঘোষণা, APS-ACSৰ শীৰ্ষত কোন? চাওক ফলাফল


 

অসম লোকসেৱা আয়োগৰ ২০২২ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা। অসম লোকসেৱা আয়োগে আজি ঘোষণা কৰে ফলাফল সমূহ। ACS, APS আৰু অন্যান্য সংলগ্ন সেৱাৰ বাবে সৰ্বমুঠ ৯১৩গৰাকী প্ৰাৰ্থী নিযুক্তিৰ বাবে চৰকাৰলৈ নাম প্ৰেৰণ কৰিছে আয়োগে। ফলাফলৰ সবিশেষ উপলব্ধ হ’ব www.apsc.nic.in ৱেবচাইটত।

অসম অসামৰিক সেৱাত গৌৰীপুৰৰ ৰচিকা ইছলামে প্ৰথম স্থান। মিৰ্জাৰ দীক্ষিত দাসে দ্বিতীয় স্থান আৰু ডিগবৈৰ বিথপী গগৈয়ে তৃতীয় স্থান লাভ কৰিছে।


Post a Comment

Previous Post Next Post