ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। কাছাৰত আৰক্ষীৰ গুলীত মৃত্যু পলাতক আচামীৰ। সোমবাৰে নিশা আৰক্ষীৰ গুলীত আহত হৈছিল হিফজুৰ ৰহমান নামৰ পলাতক আচামীজন। ১১ মে’ত শিলচৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছিল হিফজুৰে। হিফজুৰক বিচাৰি অসম–মেঘালয় সীমান্তলৈ গৈছিল আৰক্ষী। অভিযানৰ সময়ত আৰক্ষীলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে হিফজুৰে। প্ৰত্যুত্তৰত গুলীচালনা কৰে আৰক্ষীয়েও। এই ঘটনাত আহত হয় ২ আৰক্ষীও।
ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ, আৰক্ষীৰ দুলীত মৃত্যু পলাতক আচামীৰ
byE News Assam Desk
•
0
