ঘোষণা হ’ল আৰক্ষী, আবকাৰী আৰু বন বিভাগৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ৫৭৩৯টা পদৰ ফলাফল ঘোষণা। ১১ বজাত ফলাফল ঘোষণা কৰা হৈছে। ১২ বজাৰ পিছত ৱেবছাইটত উপলব্ধ হ’ব ফলাফল। ১১ মে’ত আনুষ্ঠানিকভাৱে দিয়া হ’ব নিযুক্তি পত্ৰ।
৫৪২১টা পদৰ ভিতৰত ৫৪২১জনক নিৰ্বাচন কৰা হৈছে। ৩০৯টা পদত যোগ্য প্ৰাৰ্থী নথকা বাবে খালী থাকিল। আজি দিনৰ ১২ বজাৰ পৰা https://slprbassam.in/ আৰু https://police.assam.gov.in/ ৱেবছাইটত উপলব্ধ হ’ব এই ফলাফল। আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে।
Tags:
National
