যোৱা নিশা ৰয়েল গ্লোৱেল ইউনিভাৰচিটিত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গীনিজ বুক অফ ৰেকৰ্ডৰ বাবে ডিব্ৰুগড় জিলাৰ পৰা আহিছিল বিহুৱাৰ দল।
জানিব পৰা মতে, খাদ্য আৰু থকা ঠাইৰ অভাৱৰ বাবে এই পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰশাসনৰ লোকক আৱদ্ধ কৰি জৱাবদিহি কৰে বিহুৱা দলে।
Tags:
International