পুৱাই মহানগৰীৰ গণেশগুৰিত উচ্ছেদ অভিযান, ভাঙি দিয়া হ’ল পদপথৰ অস্থায়ী দোকানসমূহ


 

পুৱাই গণেশগুৰিত গুৱাহাটী পৌৰ নিগমৰ উচ্ছেদ অভিযান। গুৱাহাটীৰ অবৈধ পদপথৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিৰুদ্ধে কঠোৰ GMC। GMCৰ আয়ুক্তৰ নিৰ্দেশত গুৱাহাটীৰ বিভিন্ন প্ৰান্তত ১ নৱেম্বৰৰ পৰা চলিছে উচ্ছেদ অভিযান। পদপথত থকা অস্থায়ী দোকানসমূহ উচ্ছেদ কৰা হৈছে। এফালৰ পৰা ভাঙি গৈছে পদপথত থকা অস্থায়ী দোকানসমূহ।


Post a Comment

Previous Post Next Post