ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছানছাইন। এইক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায় এজন ব্যক্তি কোন ৰাশিৰ জাতক বা জাতিকা।
মেষ : আজিৰ দিনটো খুব অস্থিৰতা বোধ কৰিব, কামত মন দিয়াত অসুবিধা হ’ব, সেয়ে মূৰ ঠাণ্ডা ৰাখি নিজৰ কাম কৰক।
বৃষ : আপোনাৰ চাৰিওফালে আজি এনে কিছু ঘটনা দেখিব বা শুনিব যিয়ে কোনো সিদ্ধান্তত উপনীত হ’বলৈ নিদিব, এইক্ষেত্ৰত কেৱল মনে যি কয় সেয়াই শুনক।
মিথুন : আজি আপুনি সংগী বিচাৰিব নালাগে, সকলোৱে এনেই নিজৰ সমস্যা লৈ আপোনাৰ ওচৰলৈ আহিব, সেইবোৰ সমাধানো আপুনিয়েই কৰিব পাৰিব।
কৰ্কট : কোনে কি কয় তাক লৈ ভাবি থাকিলে নহ’ব, নিজৰ যি প্ৰয়োজন, সেয়া কৰিব লাগিব, আত্মবিশ্বাসৰ অভাৱত পিছুৱাই নাথাকিব।

সিংহ : আপোনাৰ দোষ নাথাকিলেও আজি পৰিস্থিতিৰ চাপত পৰিকল্পনা নষ্ট হ’ব পাৰে। এনে অৱস্থাত নিজকে যথাসাধ্য সংযত ৰাখক।
কন্যা : আজিৰ দিনটো ভালেই যাব, কিন্তু শেষৰ ফালে সৰু এটা খুঁতে আপোনাৰ মেজাজ নষ্ট কৰিব পাৰে, যাৰ ফলত অশান্তি হোৱাৰ সম্ভাৱনা আছে।
তুলা : প্ৰয়োজন অনুসৰি কাম কৰিব লাগিব, সেইমতে কাম সজাই লওক, দেখিব সময়ৰ পূৰ্বে কাম সমাধান হৈছে, নিজৰ বাবে সময় বচাওক।
বৃশ্চিক : পৰিস্থিতিৰ বাবে কোনো কামেই আজি সুস্থভাৱে সমাপন নহ’ব, আনৰ সমালোচনাত আত্মবিশ্বাস হানি হ’ব পাৰে, কোনোফালে কাণ নিদিয়াকৈ নিজৰ কাম কৰি যাওক।
ধনু : আজি আপুনি যিয়েই নকৰক কিয়, ঘৰত বা কৰ্মস্থলীত, গোপনে নকৰিব, যদি সকলোৱে আপোনাৰ এই পদক্ষেপৰ বিষয়ে জানে, তেন্তে তাৰ ফল আশা কৰা ধৰণে হ’ব।
মকৰ : আবেগপ্ৰৱণতা আজি শক্তিত পৰিণত হ’ব, দুৰূপ কামো ইচ্ছাশক্তিৰ ফলত সম্পন্ন হ’ব, এৰি চলা বিষয়ৰ মুখামুখি হ’ব লাগিব, সাজু থাকক।
কুম্ভ : আপুনি এতিয়া নিজৰ পথ বনাবলৈ আগ্ৰহেৰে বাট চাই আছে, ভাগ্যও আপোনাক সহায় কৰি আছে, গতিকে সকলো কাম শেষ কৰি নিজৰ জীৱনটো গঢ়ি তুলিবলৈ কুণ্ঠাবোধ নকৰিব।
মীন : অংশীদাৰিত্বৰ সূত্ৰে প্ৰেম, উত্তেজনা আহি আছে জীৱনত, কিন্তু সুযোগ ক্ষন্তেকীয়া, অপ্ৰত্যাশিত দিশৰ পৰা আহিব, তাক দখল কৰিবলৈ সময় নল’ব।

Tags:
National