যশস্বী অভিনেতা নিপন গোস্বামী আৰু নাই, নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ


 

বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ দেহাৱসান। নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে যশস্বী অভিনেতাগৰাকীয়ে। বিগত কিছুদিন ধৰি চিকিৎসাধীন হৈ আছিল নেমকেয়াৰ হাস্পতালত। মৃত্যুৰ সময়ত অভিনেতাগৰাকীৰ বয়স আছিল ৭৫ বছৰ। আজি পুৱা ৯.১৫ বজাত অন্তিম নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে।

Post a Comment

Previous Post Next Post