এইবাৰ উৎকোচ লৈ জালত পৰিল লাট মণ্ডল, ধন লৈ থকাৰ সময়তে হাতে–লোটে গ্ৰেপ্তাৰ


 

এইবাৰ উৎকোচ লৈ জালত পৰিল এজন লাট মণ্ডল। তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই উৎকোচ লোৱাৰ সময়তে হাতে–লোটে গ্ৰেপ্তাৰ কৰিলে লাট মণ্ডলজনক। যোৰহাট ৰাজহ চক্ৰৰ লাট মণ্ডল মহম্মদ আব্দুল বাকি শ্বেইখক গ্ৰেপ্তাৰ। ভূমি সংক্ৰান্তীয় নথিৰ কামৰ বাবে উৎকোচ লৈছিল লাট মণ্ডলজনে। ধন লৈ থকাৰ সময়তে গ্ৰেপ্তাৰ হয় লোকজন।

Post a Comment

Previous Post Next Post