চাকৰিৰ পৰা নিলম্বন জাগীৰোড জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তাক

 


চাকৰিৰ পৰা নিলম্বন জাগীৰোড জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কনিষ্ঠ অভিযন্তাক। উপায়ুক্ত দেৱাশীষ শৰ্মাই নিলম্বন কৰে অভিযন্তা সঞ্জীৱ পাঠকক। স্থানীয় লোকৰ বহু অভিযোগ আছিল পাঠকৰ বিৰুদ্ধে। অভিযোগৰ ক্ষেত্ৰভিত্তিক তদন্তৰৰ সময়তে নিলম্বন কৰে উপায়ুক্তই। কামত গাফিলতিৰ বাবেই এই সিদ্ধান্ত জিলা উপায়ুক্তৰ।

Post a Comment

Previous Post Next Post