তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ গোচৰ হস্তান্তৰ চিআইডিলৈ


 

তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক দেৱজিত দেউৰীৰ গোচৰ হস্তান্তৰ চিআইডিলৈ।

চিআইডিয়ে তদন্ত কৰিব তিনিচুকীয়া থানাৰ গোচৰ। আৰক্ষী অধিক্ষক দেৱজিৎ দেউৰীয়ে তৰিছিল এই গোচৰ। গুৱাহাটীৰ এগৰাকী মহিলাই ধন দাবী কৰা বুলি তেওঁ গোচৰ তৰিছিল।

উল্লেখ্য, দেৱজিত দেউৰীৰ গোচৰৰ ভিত্তিত আৰক্ষীয়ে গুৱাহাটীৰ জটীয়াৰ পৰা মহিলাগৰাকীক আটক কৰিছিল যদিও তেওঁক কিছু সময় পিছত এৰি দিয়া হয়। মহিলাগৰাকীয়ে আৰক্ষী অধীক্ষকগৰাকীৰ অস্বীকৃত দ্বিতীয় পত্নী বুলি দাবী কৰিছিল।


Post a Comment

Previous Post Next Post