নিযুক্তি পৰীক্ষাত ভুৱা চাৰ্টিফিকেট দাখিলৰ অভিযোগত এতিয়ালৈ ১৭জনক গ্ৰেপ্তাৰ


 

নিযুক্তি পৰীক্ষাত ভুৱা প্ৰমাণপত্ৰ দিয়াৰ অভিযোগত এতিয়ালৈ ১৭জন প্ৰাৰ্থীক গ্ৰেপ্তাৰ কৰিছে অসম চিআইডিয়ে। বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা প্ৰাৰ্থীকেইগৰাকী হৈছে ৰাজা ঠাকুৰ, জাহিদুল খান, টপেছ মেধি আৰু গুণমণি নাথ। ইয়াৰে ৰাজা ঠাকুৰে নিযুক্তি লাভ কৰিছিল।


আজি চাৰিওজনকে লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে। স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱা হ’ব আটাইকেইজনক। আজিও বহুকেইগৰাকী প্ৰাৰ্থীক তলব কৰা হৈছে CID কাৰ্যালয়লৈ। আন দুগৰাকী প্ৰাৰ্থীক ধুবুৰীৰ পৰা গ্ৰেপ্তাৰ কৰি লৈ আহি আছে CID কাৰ্যালয়লৈ।


Post a Comment

Previous Post Next Post