ৰাষ্ট্ৰীয় ক্ৰীড়াত অম্লান বৰগোহাঁইৰ দ্বিতীয়টো স্বৰ্ণপদক, ৰূপৰ পদক অৰ্জন হিমা দাসৰ

 


গুজৰাটত চলি থকা ৰাষ্ট্ৰীয় ক্ৰীড়াত অম্লান বৰগোহাঁইৰ দ্বিতীয়টো স্বৰ্ণপদক লাভ। পুৰুষৰ এশ মিটাৰৰ পিছত এইবাৰ দুশ মিটাৰত স্বৰ্ণপদক অৰ্জন অম্লান বৰগোহাঁইৰ। ০০:২০:৫৫ ছেকেণ্ডেৰে ২০০ মিটাৰত অম্লানৰ স্বৰ্ণপদক লাভ।


আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ মহিলাৰ ২০০ মিটাৰত ৰূপৰ পদক অৰ্জন কৰে হিমা দাসে।০০:২৩:৬১ ছেকেণ্ড সময়েৰে ৰূপৰ পদক লাভ কৰে হিমা দাসে।

Post a Comment

Previous Post Next Post