আজি পুনৰ ভুৱা কম্পিউটাৰ শিক্ষাৰ প্ৰমাণ পত্ৰ জমা দিয়া একাংশ চাকৰি প্ৰত্যাশীক CID কাৰ্যালয়লৈ তলব কৰা হৈছে। এজন এজনকৈ উপস্থিত হৈছে প্ৰাৰ্থীসকল। এতিয়ালৈকে গ্ৰেপ্তাৰ কৰা হৈছে ১১ জন প্ৰাৰ্থীক। এতিয়ালৈকে ৫৪জনক গ্ৰেপ্তাৰ কৰিব পৰা পৰ্যায় পাইছেগৈ CID। সামান্য বাকী থকা বাবে গ্ৰেপ্তাৰ কৰা নাই। আজি গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে প্ৰায় ১০জনক।
নিযুক্তি পৰীক্ষাত ভুৱা কম্পিউটাৰ চাৰ্টিফিকেট দাখিল, গ্ৰেপ্তাৰ হ’ব আৰু বহু প্ৰাৰ্থী
byE News Assam Desk
•
0
