BCCIৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া


 

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ড (BCCI)ৰ যুটীয়া সম্পাদক ৰূপে নিৰ্বাচিত অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিৎ শইকীয়া। আজি ১৮ অক্টোবৰত অনুষ্ঠিত BCCIৰ নতুন সমিতিৰ নিৰ্বাচনত যুটীয়া সম্পাদক ৰূপে মনোনীত হয় শৰ্মা।


প্ৰাক্তন ৰঞ্জি ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াৰ লগতে BCCIৰ নিৰ্বাচনত সভাপতি পদত ৰ'জাৰ বিন্নী, সম্পাদক পদত জয় শ্বাহ নিৰ্বাচিত হৈছে। মুম্বাইৰ হোটেল তাজত অনুষ্ঠিত হোৱা বাৰ্ষিক সাধাৰণ সভাত দেৱজিৎ শইকীয়াক যুটীয়া সম্পাদক হিচাপে নিৰ্বাচিত কৰা হয়।

Post a Comment

Previous Post Next Post