OMG: নেচনেল ক্ৰাছ ৰশ্মিকাৰ সৈতে এয়া কি হ’ল? পজিচন সলনি কৰোতেই যি হ’বলগীয়া নাছিল সেয়াই হ’ল! ভিডিঅ’ ভাইৰেল


 দক্ষিণৰ ছবি জগতৰ বিউটী কুইন ৰশ্মিকা মান্দানা বৰ্তমান খুব চৰ্চাত আছে। প্ৰথমেই ‘পুষ্পা’ ছবিৰ বাবে চৰ্চাত আছে। এই ছবিখনে বক্স অফিচত সকলো অভিলেখ ভংগ কৰি নতুন মাইলৰ খুটি স্থাপন কৰিছে। ৰশ্মিকাৰ ইমানেই অনুৰাগী আছে যে ক’ৰবালৈ ওলালেই কেমেৰাত আবদ্ধ হোৱাটো স্বাভাৱিক। শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এক ৰ চিকাৰ হ’বলগীয়া হয়। তেওঁৰ ফটো আৰু ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। যাৰ বাবে এতিয়া ছচিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে অভিনেত্ৰীগৰাকী।


আচলতে, শেহতীয়াকৈ ৰশ্মিকা মান্দানাই এক লাইভ ইভেণ্টত অংশগ্ৰহণ কৰিছিল। হালধীয়া ৰঙৰ পোছাকত অভিনেত্ৰীগৰাকীক খুব সুন্দৰ লাগিছিল। কিন্তু সেই সময়তে ৰশ্মিকাৰ সৈতে এক এনেকুৱা ঘটনা ঘটিল, যিটো হ’ব নালাগিছিল। এই ইভেণ্টৰ মাজতে তেওঁ ৰ চিকাৰ হ’বলগীয়া হয়। তেওঁৰ ভিডিঅ’ আৰু ফটো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। কথা–বতৰাৰ মাজতে ৰশ্মিকাই যেতিয়াই ভৰিৰ পজিচন সলনি কৰিলে তেতিয়াই ৰ চিকাৰ হয়। ছচিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীৰ ফটো আৰু ভিডিঅ’ ভাইৰেল হোৱাৰ ফলত তেওঁ লাজত পৰিবলগীয়া হয়।

Post a Comment

Previous Post Next Post