বুধবাৰে ৰাজ্যত পুনৰ বৃদ্ধি পালে Covid আক্ৰান্তৰ সংখ্যা


 

ৰাজ্যত প্ৰতিদিনে বৃদ্ধি পাবলৈ লৈছে Corona Virusত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৫৯১ জন লোক। বৃদ্ধি পাইছে পজিটিভিটী পাৰ্চেণ্টেজ। বুধবাৰে ৩৪,৩১৪ জন লোকৰ Covid Test সম্পন্ন হয় আৰু আক্ৰান্তৰ হাৰ হৈছে ১.৭২ শতাংশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য।

Post a Comment

Previous Post Next Post