- মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই গৰুৰ অবৈধ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষী অভিযান
- গৰুৰ অবৈধ সৰবৰাহ আৰু চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চামগুৰি আৰক্ষীৰ
- অভিযানত জব্দ দুখনকৈ চোৰাং গৰু ভৰ্তি এখন কণ্টেইনাৰ বাহন আৰু এখন ট্ৰাক
- বাহন দুখনৰ পৰা জব্দ ৬০টাকৈ চোৰাং গৰু
- আৰক্ষীয়ে সৰু সৰবৰাহ কৰা তিনিজনক কৰিছে আটক
- চামগুৰি আৰক্ষী থানাৰ সন্মুখত চলায় এই অভিযান
- উজনিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাত জব্দ কৰে চোৰাং গৰু ভৰ্তি দুয়োখন বাহন
- জব্দ কৃত বাহন দুখনৰ নাম্বাৰ NL 01 AE 1527 আৰু BR 03 GB 8221
- আটকাধীন লোক কেইজন ক্ৰমে আব্দুল আজিজ আৰু মহিদুল ইছলাম
- চামগুৰি আৰক্ষীয়ে আটকাধীন লোক কেইজনক জেৰা অব্যাহত ৰাখিছে