দুধনৈত ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৱৈত বাগৰি পৰিল নৈশবাছ



দুধনৈ লেলাত নৈশ বাছ দুৰ্ঘটনাগ্ৰস্ত। নিশা গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে গৈ থকা এখন বাছ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত আলট্ৰা বাছখনৰ নম্বৰ AS 16AC 3959। দুধনৈৰ লেলাত পুৱতি নিশা ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে বাছখন। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে বাছৰ যাত্ৰীসকলৰ। সামান্য পৰিমাণে আহত হৈছে কেইবাজনো যাত্ৰী। 

Post a Comment

Previous Post Next Post