ফিল্মফেয়াৰ বঁটা গ্ৰহণ কৰি গৃহভূমিত পদাৰ্পণ কৰা সুমন অধিকাৰীক বৰঝাৰ বিমানবন্দৰত উষ্ম আদৰণি


 

এই বৰ্ষৰ বহুচৰ্চিত ফ্লিল্মফেয়াৰৰ বঁটা লাভ কৰিলে এজন অসম সন্তানে। অসম সন্তান সুমন অধিকাৰীয়ে ফিল্মফেয়াৰত আনিলে বঁটা । বলিউডৰ 'বধাই হো' চিনেমাখনৰ শ্ৰেষ্ঠ কাহিনী আৰু চিত্ৰনাট্যৰ বাবে দুটাকৈ ফিল্মফেয়াৰ বঁটা প্ৰাপ্ত কৰিবলৈ সক্ষম হয় সুমন অধিকাৰী। ফ্লিল্মফেয়াৰৰ বঁটা লাভ কৰি আজি গুৱাহাটী বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় সুমন অধিকাৰী। বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনোৱা হয় অধিকাৰীক।



Post a Comment

Previous Post Next Post