MrJazsohanisharma

ব'হাগৰ প্ৰথম দিনটোতে বোকাখাতত শোকাৱহ পথ দুৰ্ঘটনা



 ব'হাগৰ প্ৰথম দিনটোতে বোকাখাতত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত ২ জন যুৱকৰ মৃত্যু হয়।


বিহুৰ আনন্দত ৰাজ্যবাসী মতলীয়া হৈ থকাৰ সময়তে AS0 5S 8851 নম্বৰৰ বাইকেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ষ্ট্ৰাণ্ট আৰু ৱেব মাৰি তীব্ৰ গতিত বাইক চলাই আহি পথৰ কাষত থকা খুটাত খুন্দা মৰাৰ ফলত এজন থিতাতে নিহত হয় আৰু আনজন বোকাখাতৰ কমলা মিৰি চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ বোকাখাত বাগিচাত বুলি জানিব পৰা গৈছে।

Post a Comment

Previous Post Next Post