UGC NET Result: আজি ঘোষণা হ'ল বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষাৰ ফলাফল



 ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই (National Testing Agency) আজি বিশ্ববিদ্যালয় অনুদান আয়োগৰ ৰাষ্ট্ৰীয় যোগ্যতা পৰীক্ষা (UGC NET)ৰ ফলাফল প্ৰকাশ কৰিছে। এই ফলাফল UGC NET ৰ অফিচিয়েল ৱেবচাইট ugcnet.nta.nic.in ত উপলব্ধ। UGC NET ৰ ফলাফল nta.ac.in আৰু ntaresults.nic.in তো চাব পাৰিব।


বিভিন্ন বিষয়ত UGC NET Cut Off তালিকা চাওক

উল্লেখযোগ্য যে, সমগ্ৰ দেশতে ২০২২ বৰ্ষত বিভিন্ন তাৰিখত- ৯, ১১, ১২ জুলাই, ২০, ২১, ২২, ২৩, ২৯, ৩০, ১ অক্টোবৰ ১, ৮, ১০, ১১, ১২, ১৩, ১৪ আৰু ২২ তাৰিখে UGC NET পৰীক্ষা অনুষ্ঠিত হৈছিল। ২৪ অক্টোবৰত সাময়িক উত্তৰ তালিকা প্ৰকাশ হৈছিল। চূড়ান্ত উত্তৰ তালিকা ১ নৱেম্বৰ, ২০২২ ত মুকলি কৰা হৈছিল।

Post a Comment

Previous Post Next Post