গুৱাহাটীত ৫ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ


 

গুৱাহাটীত ৫ কোটি টকাৰ নিচাজাতীয় টেবলেট জব্দ। গড়চুকত এখন যাত্ৰীবাহী বাহনৰ পৰা জব্দ কৰা হয় টেবলেটখিনি। ম্যানমাৰৰ পৰা গুৱাহাটীলৈ আনি আছিল টেবলেটখিনি।


টেবলেটখিনি মানকাচৰ হৈ বাংলাদেশলৈ নিয়াৰ পৰিকল্পনা আছিল। টেবলেটসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। দুয়োজনৰ নাম ৰেকিব আহমেদ আৰু ৰাজীৱ মিঞা।

Post a Comment

Previous Post Next Post