ভাৰতীয় মতে ৰাশিফল গণনা কৰা হয় চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি। কিন্তু ইংৰাজী মতে এইক্ষেত্ৰত প্ৰাধান্য দিয়া হয় সূৰ্যক। সেয়ে ইংৰাজীত ৰাশিক কোৱা হয় ছানছাইন। এইক্ষেত্ৰত জন্মদিন অনুসৰি বুজা যায় এজন ব্যক্তি কোন ৰাশিৰ জাতক বা জাতিকা।
মেষ : আজি মূলতঃ আধ্যাত্মিকতাৰে মন ভৰি থাকিব, ধৰ্মীয় স্থান ভ্ৰমণ বা এই সংক্ৰান্তীয় গ্ৰন্থ পাঠত সময় কটাব পাৰে, ইয়াৰ জৰিয়তে মানসিক শান্তি লাভ কৰিব।
বৃষ : প্ৰয়োজন আৰু পৰিস্থিতি অনুসৰি আজি সকলো পৰিকল্পনা সলনি কৰিব লাগিব পাৰে, বিশেষ কোনো কামৰ বাবে আন সকলো এৰিব লাগিব।
মিথুন : ৰৈ থকা কাম আজি শেষ কৰক, এবাৰ বহিলে দ্ৰুতগতিত সেয়া সম্পূৰ্ণ হৈ পৰিব, অহেতুক দুঃশ্চিন্তা নকৰিব।
কৰ্কট : ঘনিষ্ঠ কাৰো পৰামৰ্শত আজি বিনিয়োগ কৰিব পাৰে, ইয়াৰ পৰা ভৱিষ্যতে লাভৰ সম্ভাৱনা আছে, জীৱন এইবাৰ নতুন দিশলৈ আগবাঢ়িব পাৰে।

সিংহ : আৰ্থিক দিশৰ পৰা আজি ভাৰসাম্য ৰক্ষা হ’ব, কোনো বিনিয়োগ নকৰিব, নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ প্ৰয়োজন আছে।
কন্যা : বন্ধবৰ্গৰ সৈতে ভুল বুজাবুজি আঁতৰিব আজি, ধাৰলৈ দিয়া টকা ঘূৰাই পোৱাৰ সম্ভাৱনা আছে, পছন্দৰ খাদ্যৰ মাজত দিনটো পাৰ হ’ব।
তুলা : মৰম, ঘৃণা দুয়োটাই সমান কাম কৰিব, সেয়ে মিশ্ৰ ধাৰণা লৈ এতিয়া কাৰোবাক লৈ কোনো চূড়ান্ত সিদ্ধান্ত নল’ব।
বৃশ্চিক : কৰ্মক্ষেত্ৰত অক্লান্ত পৰিশ্ৰমৰ বাবে নদদ অৰ্থপ্ৰাপ্তি হ’ব পাৰে, আনন্দৰ বশৱৰ্তী হৈ তাৰ অপচয় নকৰিব।
ধনু : আজি নিজৰ স্থিতিত অটল থাকক, কাৰো কোনো যুক্তি নুশুনিব। চকু–কাণ খোলা ৰাখক, অচিৰেই ইয়াৰ বাবে পুৰস্কৃত হ’ব।
মকৰ : আজি কৰ্মক্ষেত্ৰত সাফল্যৰ ইংগিত থাকিলেও সহকৰ্মী বা অংশীদাৰসকলৰ ওচৰত নিজৰ স্থিতি স্পষ্ট কৰক, নহ’লে সমস্যা বাঢ়িব।
কুম্ভ : দৃঢ়প্ৰতিজ্ঞ হৈ একমনে নিজৰ কাম কৰি যাওক, আত্মবিশ্বাস ঠিকে ৰাখিব পাৰিলে সকলো বাধা তুচ্ছ হ’ব, সৰ্বত্ৰ সাফল্য আহিব।
মীন : নিজৰ যুক্তিৰ পৰা বিচলিত নহ’ব আজি, কিন্তু আনে আঘাত পোৱা কোনো কাম নকৰিব, নহ’লে আপুনি ভুগিবলগীয়া হ’ব পাৰে।