‘মিঞা কালচাৰ পুলিতে উৎখাত নকৰিলে গোজেই গজালি হ’বগৈ’ – প্ৰশান্ত ফুকন



 মিঞা মিউজিয়াম সন্দৰ্ভত বিধায়ক প্ৰশান্ত ফুকনৰ প্ৰতিক্ৰিয়া। প্ৰশান্ত ফুকনে কয়, ‘‘আজিও আমি প্ৰতিবাদ কৰিছো। এইটো অতি বেয়া কাম হৈছে। চৰকাৰক ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছো।’’


‘কা’ আন্দোলনৰ সময়ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম স্থাপনৰ বাবে উঠিপৰি লাগিছিল। কিন্তু তীব্ৰ বিৰোধিতা পিছত অৱশেষত গোৱালপাৰাত স্থাপন কৰা হৈছে। মিঞা কালচাৰ পুলিতে উৎখাত নকৰিলে গোজেই গজালি হ’বগৈ বুলি মন্তব্য কৰে ফুকনে।

বিধায়ক শ্বেৰমান আলিকো তীব্ৰ সকিয়নী বিধায়ক ফুকনৰ। বিধায়ক শ্বেৰমান আলিয়ে TVত দেখুৱাই দিলেই সেইটো স্থায়ী নহয়।

Post a Comment

Previous Post Next Post