মেষ : জীৱনৰ গতি বৃদ্ধি পাব। প্ৰচেষ্টা আৰু বুদ্ধিমত্তাই ডাঙৰ সফলতা আনিব পাৰে।
বৃষ : আত্মীয় বন্ধুবৰ্গৰ পৰামৰ্শ লৈ কামত আগবাঢ়ক। কথা কোৱাৰ সময়ত নমনীয় হৈ থাকক।
মিথুন : আৰ্থিক লাভৰ সম্ভাৱনা। কামৰ চাপ কমিব। পুৰণি কাৰোবাৰ সৈতে যোগাযোগ হ’ব পাৰে। খোৱা–লোৱাক লৈ সতৰ্ক হওক।
কৰ্কট: নিজৰ শৰীৰৰ যত্ন লোৱাতো খুব প্ৰয়োজনীয়। জীৱনসংগীৰ প্ৰতিও মনোযোগ দিয়ক। ৰিয়েল ইষ্টেট ব্যৱসায়ত বিনিয়োগ কৰিব পাৰে।
সিংহ : ধৈৰ্য ৰাখিব লাগিব, সকলো কাম সুস্থভাৱে সম্পন্ন হ’ব। কোনোৱে আজি আপোনাক দেখা কৰিবলৈ আহিব পাৰে। স্বাস্থ্যৰ যত্ন লোৱা দৰকাৰ, বিশ্ৰামৰো প্ৰয়োজন।
কন্যা : কৰ্তৃত্ব প্ৰদৰ্শন আৰু নেতৃত্ব দানৰ বাসনা জাগিব পাৰে। সমস্ত পৰিস্থিতি অকলে পৰিচালনা কৰিব পাৰিলেও আনৰ সৈতে সদ্ভাৱ বজাই ৰাখি চলা উচিত।
তুলা : কৰ্মক্ষেত্ৰত ষড়যন্ত্ৰ চলিছে। বহুতকে সন্দেহ কৰিলেও আজি আচল পৰিচয় লাভ কৰিব। নিজৰ জ্ঞান আৰু বুদ্ধিৰ দ্বাৰা শত্ৰু নিধন সম্ভৱ।
বৃশ্চিক : অভিযোগ নকৰি নিজৰ কামত আগুৱাই যাওক। মনেৰে যিমান কোনকালে সম্ভৱ কামবোৰ শেষ কৰিব লাগিব।
ধনু : ইতিবাচক শক্তিৰে ভৰপূৰ হৈ থাকিব আজিৰ দিনটো। নিজৰ মনোৰঞ্জনৰ বাবে কিছু সময় ব্যয় কৰা উচিত।
মকৰ : গ্ৰহ নক্ষত্ৰৰ সমাবেশ নিৰাময় আৰু সংশোধনৰ সুযোগ দিব। অতীতৰ ভুল স্বীকাৰ আৰু প্ৰায়চিত্ত কৰি মনক শান্তি দিব লাগিব।
কুম্ভ : নিজৰ জীৱন আৰু নীতিক লৈ প্ৰশ্ন কৰাৰ দিন আজি। মূল্যবোধ পুনৰ মূল্যায়নো কৰা হ’ব পাৰে। সংগীৰ পৰা সহায় পাব।
মীন : মন প্ৰফুল্ল হৈ থাকিব। অতি উৎসাহে কিছু অতিৰিক্ত ব্যয়ো কৰিব পাৰে। কিন্তু মনৰ আনন্দই আত্মবিশ্বাসো আনিব।

Tags:
National