লখিমপুৰত উকিল স্বামীয়ে বিবাহ পিছৰে পৰা কৰিলে পত্নীক অমানুষিক অত্যাচাৰ


 

লখিমপুৰত নাৰী নিৰ্যাতনৰ ভয়ংকৰ ঘটনা। পত্নীয়ে নিজ কেমেৰাত বন্দী কৰিলে স্বামীৰ নিৰ্যাতনৰ ভিডিঅ'। পত্নী নিৰ্যাতনকাৰী ব্যক্তিজন ওমপ্রকাশ হাজৰিকা। ওমপ্ৰকাশ হাজৰিকা পেছাত এজন উকীল।


নিৰ্যাতিত মহিলাগৰাকী এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী। লখিমপুৰ নেচনেল একাডেমীৰ শিক্ষকতা কৰে তেওঁ। মাথোঁ তিনি মাহৰ পূৰ্বে বিবাহত বহিছিল ওমপ্ৰকাশ হাজৰিকাৰ স'তে মহিলাগৰাকী।
নিৰ্যাতনকাৰী ওম প্ৰকাশৰ ঘৰ লখিমপুৰ গৰৈমাৰী চুকত। ২০২২ চনৰ জুলাই মাহত বিবাহত বহিছিল দুয়ো। নিৰ্যাতিত মহিলগৰাকীৰ ঘৰ লখিমপুৰ কেবি ৰোডত।

Post a Comment

Previous Post Next Post