হঠাত্‍ লিক হ'ল মালাইকা আৰোৰাৰ বেডৰুমৰ এনে ভিডিও


 

সমগ্ৰ দেশ এতিয়া নৱবৰ্ষ উদযাপনত হৈ আছে মতলীয়া। নতুন বছৰ বুলি বহু চেলিব্ৰিটীয়ে শ্বেয়াৰ কৰিছে আকৰ্ষণীয় ফটো আৰু ভিডিও। পিছ পৰি ৰোৱা নাই মলাইকা আৰোৰা। অনুৰাগীৰ বাবে মালাইকাই শ্বেয়াৰ কৰিছে নিজৰ ফটো আৰু ভিডিও।


অভিনেতা আৰবাজ খানৰ প্ৰাক্তন পত্নী তথা মডেল মালাইকা অৰোৰাই ইনষ্টাগ্ৰামত এটা ভিডিঅ' শ্বেয়াৰ কৰিছে য'ত তেওঁক বিচনাত পৰি থকা দেখিবলৈ পোৱা গৈছে। ভিডিওটো শ্বুট কৰাৰ সময়ত ফুৰ্তিত থকা দেখা গৈছিল মলাইকাক।

মালাইকাই শ্বেয়াৰ কৰা ভিডিঅ'টোৰ বেকগ্ৰাউণ্ডত এটা গীতো শ্বেয়াৰ কৰিছে। এগৰাকী পুৰুষে গুড মৰ্ণিং বুলি কোৱাও শুনিবলৈ পোৱা গৈছে। ভিডিওটো শ্বেয়াৰ কৰিও মালাইকাই গুড মৰ্নিং বুলিয়েই কেপশ্যনত লিখিছে।

কিন্তু ভিডিওটো শ্বেয়াৰ কৰাৰ পিছতে বহুতে ট্ৰল কৰিছে মলাইকাক। এজনে কমেণ্টত লিখিছে- গুড মৰ্ণিং ঠিক আছে কিন্তু ইয়াত অৰ্জুন কাপুৰ ক'ত আছে।

Post a Comment

Previous Post Next Post