পেট্ৰ’ল–ডিজেলৰ দামক লৈ ভাল খবৰ, জানি লওক আপোনাৰ চহৰত আজিৰ দাম


 

Petrol-Diesel price today : পেট্ৰ’ল–ডিজেলৰ দাম (Petrol diesel rate) একেৰাহে বাঢ়িছিল। ভাল খবৰটো হ'ল বিগত কিছুদিন পেট্ৰ’ল–ডিজেলৰ দাম প্ৰায় স্থিৰ হৈ আছে। তেল কোম্পানীয়ে (IOCL) আজি বৃহস্পতিবাৰে পেট্ৰ’ল–ডিজেলৰ নতুন ৰেট জাৰি কৰিছে।


গুৱাহাটীত আজি পেট্ৰ’ল প্ৰতি লিটাৰত ৯৪.৫৫ টকা আৰু ডিজেল লিটাৰত ৮১.২৮ টকা। গুৱাহাটীত যোৱা ৫ দিন মানত পেট্ৰ’ল–ডিজেলৰ দাম কমাও নাই বঢ়াও নাই  Business News in Assamese 

আনহাতে আজি দেশৰ ৰাজধানী দিল্লীত পেট্ৰ’লৰ দাম প্ৰতি লিটাৰত (Petrol Price) ১০৪.০১ টকা হৈ আছে আনহাতে ডিজেল লিটাৰত ৮৬.৭১ টকা হৈ আছে।

>> দিল্লীত পেট্ৰ’ল লিটাৰত ১০৪.০১ টকা আৰু ডিজেল লিটাৰত ৮৬.৭১ টকা।
>> মুম্বাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০৯.৯৬ টকা আৰু ডিজেল লিটাৰত ৯৪.১৩ টকা।
>> চেন্নাইত পেট্ৰ’ল প্ৰতি লিটাৰত ১০১.৩৮ টকা আৰু ডিজেল ৯১.৪২ টকা হৈ আছে।
>> কলকাতাত পেট্ৰ’ল ১০৪.৬৫ টকা আৰু ডিজেল লিটাৰত ৮৯.৭৮ টকা হৈ আছে News in Assamese ।

উল্লেখ্য যে, প্ৰতি দিনে পেট্ৰ’ল আৰু ডিজেলৰ দাম সলনি হয়।
কেনেকৈ গম পাব দাম?

পেট্ৰ’ল–ডিজেলৰ শেহতীয়া দাম আপুনি SMSৰ জৰিয়তে জানিব পাৰে (How to check diesel petrol price daily)। ইণ্ডিয়ান অইলৰ কাষ্টমাৰে RSP লিখি 9224992249 নম্বৰত আৰু বিপিচিএলৰ উপভোক্তাই RSP লিখি 9223112222 নম্বৰত পঠিয়াই তথ্য আহৰণ কৰিব পাৰে। এচপিচিএলৰ উপভোক্তাই HPPrice লিখি 9222201122 নম্বৰত পঠিয়াই ৰেট জানিব পাৰে।

Post a Comment

Previous Post Next Post